সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
উদাহরণ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
সমার্থক : বোধ, বোধি, সংজ্ঞা, সজ্ঞান
অর্থ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
উদাহরণ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
সমার্থক : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা
অর্থ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
উদাহরণ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
সমার্থক : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
অর্থ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
উদাহরণ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
সমার্থক : উপদেশ, বুজনি, শিকনি, শিক্ষা
অর্থ : বোধ ওপজা বৃত্তি বা শক্তি
উদাহরণ : চেতনাই জীয়াই থকাৰ লক্ষণ
সমার্থক : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ইনস্টল