সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দৃঢ়তা সহকাৰে
উদাহরণ : তেওঁ দৃঢ়তাৰে প্রহাৰ কৰিলে
সমার্থক : জোৰকৈ, দৃঢ়তাপূর্বক, দৃঢ়তাৰে, দৃঢ়ভাৱে
অর্থ : তীব্র গতিৰে
উদাহরণ : ৰাজপথত গাড়ীবোৰ বৰ জোৰেৰে গৈ আছিল
অর্থ : তীব্র বেগ সহকাৰে
উদাহরণ : তেওঁ ্ জোৰেৰে চৰ মাৰিলে
সমার্থক : তীব্রতাৰে, বেগেৰে
ইনস্টল