সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰসযুক্ত বা চিপচিপিয়া হোৱা অৱস্থা বা ভাব
উদাহরণ : চেনি পগালে এঠালেটীয়া হয়
সমার্থক : এঠা-এঠা, এঠালেটীয়া
অর্থ : যাৰ আঠা ধৰিব পৰা গুণ আছে বা যʼত আঠা আছে
উদাহরণ : চাউলত পানী বেছি হোৱাৰ কাৰণে ভাতবোৰ এঠা-এঠা হʼল
সমার্থক : এঠা-এঠা, কেটেপা-কেটেপ, লেটকেটীয়া
ইনস্টল