সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
উদাহরণ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
সমার্থক : জাক
অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
সমার্থক : গণ, গোট, জাক, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
অর্থ : একে সময়ত একে ঠাইতে বহুতো মানুহ গোট খোৱা
উদাহরণ : নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে মানুহৰ সমাগম দেখিবলৈ পোৱা য়ায়
সমার্থক : ভিৰ, সমাগম
ইনস্টল