সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
সমার্থক : ইহজগত, ইহলোক, জগত, জাহান, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
অর্থ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
উদাহরণ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
সমার্থক : ইহজগত, জগত, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
ইনস্টল