সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত চেতনা আছে
উদাহরণ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
সমার্থক : চেতন, চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
অর্থ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
উদাহরণ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
সমার্থক : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
অর্থ : জীৱিত ৰূপত
উদাহরণ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
সমার্থক : সজীৱ
ইনস্টল