সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল
উদাহরণ : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে
সমার্থক : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, আয়ুস, জীৱদ্দশা, পৰমায়ু, বয়স
অর্থ : জন্মৰ পৰা মৃত্যুলৈকে দিন, মাহ, বছৰ আদিৰে গণনা কৰি উলিওৱা সময়ছোৱা:মানুহৰ গড় আয়ুসকাল ষাঠিৰ পৰা সত্তৰ বছৰ
উদাহরণ :
সমার্থক : আয়ুস, জিন্দেগী, বয়স
ইনস্টল