সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
উদাহরণ : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
সমার্থক : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱন, প্রাণ, পৰাণ
অর্থ : যʼ প্রাণ আছে বা সজীৱ প্রাণী
উদাহরণ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
সমার্থক : জীৱধাৰী, প্রাণধাৰী, প্রাণী, সজীৱ
অর্থ : জীয়াই থকা অৱস্থা
উদাহরণ : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
সমার্থক : চেতনা, জান, জিন্দেগি, জীউ, জীৱন, ধাতু, প্রাণ, পৰাণ
অর্থ : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
সমার্থক : জন্তু, জানোৱাৰ, প্রাণী
ইনস্টল