সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
উদাহরণ :
সমার্থক : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
অর্থ : টোপনিৰ পৰা উঠা কার্য
উদাহরণ : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে
সমার্থক : উঠা, শুই উঠা, সাৰ পোৱা
অর্থ : পশুৰ গর্ভৰ ্ পৰা পোৱালি হোৱা বা ওলোৱা
উদাহরণ : পুৱাতে গাইজনীৰ এটা পোৱালি জগিল
সমার্থক : জনন কৰা, জন্ম দিয়া
ইনস্টল