সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ফল, বীজ আদিৰ আৱৰণ
উদাহরণ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
সমার্থক : ত্বক, বল্কল, বাকল, বাকলি
অর্থ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
উদাহরণ : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
সমার্থক : চর্ম, ত্বক ্ চাম
অর্থ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
উদাহরণ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
সমার্থক : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
অর্থ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
উদাহরণ : তেওঁ ্ চামৰাৰ কাম কৰে
সমার্থক : চর্ম, চামৰা, ্ লেডাৰ
ইনস্টল