সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া
উদাহরণ : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে
সমার্থক : ছাপ দিয়া, ছাপ মৰা
অর্থ : চিহ্নিত বা অংকিত হোৱা
উদাহরণ : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে
অর্থ : ছপাযন্ত্র আদিত ছপা কৰা
উদাহরণ : তেওঁ নতুন কিতাপ ছপাইছে
সমার্থক : মুদ্রিত হোৱা
অর্থ : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা
উদাহরণ : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে
ইনস্টল