সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজৰ ভাৱত বিভোৰ হৈ থকা অথবা সংকোচ, দোষ আদিৰ কাৰণে আনৰ সন্মুখত মূৰ তুলি চাব বা কথা কʼব নোৱাৰা এক অৱস্থা
উদাহরণ : লাজৰ কোবতে তেওঁ একো কʼব নোৱাৰিলে
সমার্থক : লাজ, সংকোচ
অর্থ : সকলোতকৈ আগত বা ওপৰৰ
উদাহরণ : তেওঁ এই ্কোম্পানীটোৰ শী্র্ষ পদত অধিষ্ঠিত হৈ আছে
সমার্থক : চূড়ান্ত, শী্র্ষ
অর্থ : শেষ সীমা পোৱা
উদাহরণ : পূর্ণিমাৰ ৰাতি চন্দ্রই নিজৰ চৰম স্থিতিত থাকে
সমার্থক : অন্তিম, শেষ
অর্থ : যি সকলোৰে পিছত হয়
উদাহরণ : গাঁৱৰ শেষ সীমাত এটা মন্দিৰ আছে
সমার্থক : অন্ত, অন্তিম, অন্ত্য, শেষ
অর্থ : যাৰ আগত বা অধিক আন কোনো নাই
উদাহরণ : সাধুবাবাই যোগৰ চৰম অৱস্থাত উপনীত হৈছে
সমার্থক : চূড়ান্ত, পৰম
ইনস্টল