সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চল্লিশৰ লগত চাৰি যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : বিশ আৰু চৌবিশ মিলি চৌৰাল্লিশ হয়
অর্থ : চল্লিশ আৰু চাৰি
উদাহরণ : তেওঁৰ ্যৌথ পৰিয়ালত সর্বমুঠ চৌৰাল্লিশজন লোক আছে
সমার্থক : দুকুৰি চাৰি
ইনস্টল