সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত প্রাণ আছে বা যি প্রাণী মৰা নাই
উদাহরণ : জীৱিত লোকৰ বিষয়ে জীৱনীপুথি লিখা এক ধৰণৰ সাহসৰ কাম
সমার্থক : জীৱিত, প্রাণৱান
অর্থ : যʼত চেতনা আছে
উদাহরণ : মানুহে মৃত বুলি ভবা ব্যক্তিজনক ডাক্তৰে চাই চেতন আছে বুলি কʼলে
সমার্থক : চেতনযুক্ত, চেতনাযুক্ত, জীয়া, জীৱন্ত, জীৱিত, সংজ্ঞাযুক্ত, সজ্ঞান
অর্থ : জীয়াই থকাজন বা যাৰ প্রাণ আছে
উদাহরণ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
সমার্থক : চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন, সজীৱ
ইনস্টল