সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চুমা দিয়া কার্য
উদাহরণ : মাকে আনন্দতে নিজৰ লʼৰাটোক বাৰে-বাৰে চুমা দি আছিল
সমার্থক : চুম, চুম্বন
অর্থ : ওঁঠেৰে কাৰোবাৰ কোনো অংগ স্পর্শ ্ কৰা
উদাহরণ : মাকে মৰমতে সন্তানক বাৰে বাৰে চুমা খাইছে
সমার্থক : চুম দিয়া, চুমা খোৱা, চুমা দিয়া
ইনস্টল