সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কিনা-বেচা বা লেন-দেনৰ কথা-বতৰা বা ব্যৱহাৰ
উদাহরণ : দৰ-দাম নকৰাকৈ কোনো বস্তু কিনা উচিত নহয়
সমার্থক : দৰ-দাম
অর্থ : এতিয়াৰ পৰা আমি নিজৰ মাজত কেতিয়াও যুদ্ধ নকৰো আৰু মিত্রভাৱে থাকিম অথবা ঠাইভেদে নির্দিষ্ট নিয়ম মানি চলিম বুলি ৰাজ্য, দল আদিৰ মাজত হোৱা নিশ্চিতি:আভ্যন্তৰীণ কার্যত হস্তক্ষেপ নকৰো বুলি দুয়োখন ৰাজ্যৰ মাজত সন্ধি হʼল
উদাহরণ :
সমার্থক : বুজাপৰা, সন্ধি
ইনস্টল