সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সদায় থাকোতা
উদাহরণ : ঈশ্বৰ শাশ্বত
সমার্থক : অক্ষয়, অচ্যুত, অজৰ-অমৰ, অজৰামৰ, অনন্ত, অনাদি, অন্তহীন, অবিনাশী, অব্যয়, অৱিনশ্বৰ, আৱহমান, কালাতীত, ক্ষয়হীন, চিৰন্তন, ধ্রুৱ, নাশহীন, নিত্য, শাশ্বত, শাশ্বতিক, শাশ্বতী, সনাতন
অর্থ : যিজনে মৃত্যুক জয় কৰিছে বা যিজন কেতিয়াও মৰা নাই:অমৃত পান কৰিলে জীৱ অমৰ হয় বুলি পৌৰাণিক আখ্যানত আছে
উদাহরণ :
সমার্থক : অছেদ-অভেদ, অজৰ, অজৰ-অমৰ, অমৰ, চিৰকালীন, চিৰন্তন, চিৰায়ত, চিৰায়মান, নজহা-নপমা, শ্বাশ্বত
ইনস্টল