সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চিধা আগৰফালে
উদাহরণ : পথত চলাচল কৰোতে চিধাকৈ চাব লাগে
সমার্থক : চিধাভাৱে, পোনকৈ, পোনভাৱে
অর্থ : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
উদাহরণ : তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
অর্থ : বিচলিত নোহোৱাকৈ
উদাহরণ : তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
সমার্থক : পোনপটীয়াকৈ
অর্থ : মধ্যস্থতা নোহোৱাকৈ
উদাহরণ : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
সমার্থক : পোনপটীয়াকৈ, পোনে-পোনে
ইনস্টল