সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চিকাৰ কৰা ব্যক্তি
উদাহরণ : চিকাৰ নোপোৱাৰ কাৰণে চিকাৰী আজি সুদা হাতে উলটিল
সমার্থক : ব্যাধ
অর্থ : চিকাৰৰ সৈতে জড়িত বা চিকাৰত কামত অহা
উদাহরণ : তেওঁ চিকাৰী কুকুৰটো শহাটোৰ পিছত লগাই দিলে
অর্থ : চিকাৰ কৰোঁতা
উদাহরণ : ঈগল এবিধ চিকাৰী চৰাই
ইনস্টল