সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গভীৰ আৰু গুপ্ত বুদ্ধি বা চল
উদাহরণ : তোমাৰ য়ড়যন্ত্র ইয়াত নচলিব
সমার্থক : কাৰচাজী, ষড়যন্ত্র
অর্থ : মিছা কথা বা ব্যৱহাৰেৰে কাৰোবাৰ মনত ওপজোৱা ভ্রম
উদাহরণ : চোৰটোৱে পুলিচক চালাকি কৰি পলাই পত্রং দিলে
সমার্থক : কাৰচাজি, চালাকি
ইনস্টল