সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো নগৰত থকা লোক
উদাহরণ : নেতাৰ হত্যাৰ বিৰোধ গোটেই চহৰবাসীয়ে কৰি আছে
সমার্থক : নগৰবাসী
অর্থ : যিয়ে চহৰত বসবাস কৰে বা চহৰত থকা ব্যক্তি
উদাহরণ : এজন চহৰ বাসী ফুৰিবলৈ মোৰ গাঁৱত আহিছে
সমার্থক : চহৰ বাসী, নগৰ বাসী, নগৰবাসী
ইনস্টল