সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
উদাহরণ : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
সমার্থক : নামাংকন, নামাঙ্কন, স্বাক্ষৰ
অর্থ : কোনো লেখা আদিক প্রমাণিত কৰিবৰ কাৰণে বা তাৰ উত্তৰ দায়িত্বৰ স্বীকৃতি স্বৰূপে নিজ হাতেৰে লিখা নিজৰ নাম
উদাহরণ : মোৰ প্রধান শিক্ষকৰ পৰা চৰিত্রৰ প্রমাণ পত্রত চহী কৰাবলৈ আছে
সমার্থক : হস্তাক্ষৰ
ইনস্টল