সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম
উদাহরণ : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে
সমার্থক : ইন্দ্র-জাল, ইন্দ্রজাল, মায়া জাল, মায়া-জাল, যাদু
অর্থ : কোনো আশ্চর্যজনক ্ বা অদ্ভূত কাম বা ব্যাপাৰ যি সাধাৰণতে দেখিবলৈ পোৱা নাযায় আৰু যাক অলৌকিক আৰু অসম্ভৱ বুলি জনা যায়
উদাহরণ : পাগল মানুহজনক ভাল কৰি বাবাজীজনে চমৎকাৰ কৰি দিলে
সমার্থক : অদ্ভুত কাম, অবাক, আচৰিত, আশ্চর্য, চমক, তবধ, বিস্ময়
ইনস্টল