সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পৃথিৱীৰ চাৰিওফালে প্রদক্ষিণ কৰা পৃথিৱীৰ একমাত্র উপগ্রহ
উদাহরণ : চন্দ্রৰ নিজা পোহৰ নাই পূর্ণিমাৰ ৰাতি জোনটো অধিক উজ্জ্বল হয়
সমার্থক : ইন্দু, চন্দ্র, চন্দ্রিমা, চান্দ, জোন, জোনবাই, জোনাই, মৃগাংক, শশধৰ, শশাংক, শশী, সুধাকৰ
অর্থ : যি বস্তু চন্দ্রৰ নিচিনা বা চন্দ্রৰ আকাৰৰ
উদাহরণ : মূর্তি ্নির্মাতাই ধাতুৰ চন্দ্র বনাই ভগৱান শিৱৰ মূর্তিৰ শিৰত পিন্ধাই দিলে
সমার্থক : চন্দ্র
ইনস্টল