সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি স্থিৰ হৈ নাথাকি চঞ্চলতাৰে কাম কৰে বা চঞ্চল মনৰ
উদাহরণ : মোহন এটা চঞ্চল লʼৰা, সি শান্তিৰে একে ঠাইতে বহি থাকিবই নোৱাৰে
সমার্থক : অধৈর্য, অস্থিৰ
অর্থ : যি শান্ত নহয়
উদাহরণ : চঞ্চল মন কোনো কামতে বহুৱাব নোৱাৰি
সমার্থক : অশান্ত, অস্থিৰ, অস্থিৰচিত্ত, উৎকণ্ঠিত, বিচলিত
ইনস্টল