সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আহাৰ ৰন্ধাৰ কাৰণে ব্যৱহাৰ কৰা এক প্রকাৰৰ ক্ষাৰ
উদাহরণ : কেক, ইডলী, ঢোকলা আদিত খোৱা চʼদা দিলে এইবোৰ ফুলি উঠে
সমার্থক : খাৰণি, খোৱা চʼদা, বেকিং পাওদাৰ
অর্থ : কাপোৰ ধোৱা চʼডা বিশেষ
উদাহরণ : চʼদাই মলিয়ন কাপোৰ পৰিষ্কাৰ কৰে
সমার্থক : চʼদাখাৰ
ইনস্টল