সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রবৃত্ত কৰা
উদাহরণ : গুৰিদেৱৰ সংগই তেওঁক আধ্যাত্মিকতাৰ ফালে ঘূৰালে
সমার্থক : ঘূৰোৱা
অর্থ : যিয়ে দিয়াজনক পুনৰাই দিছে
উদাহরণ : ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
সমার্থক : পৰিশোধ কৰা
অর্থ : ওলোটাই দিয়া
উদাহরণ : দোকানীয়ে ঘূৰাই দিয়া সামগ্রী ৰাখিবলৈ অস্বীকাৰ কৰিলে
সমার্থক : ফিৰোৱা
ইনস্টল