সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি প্রাণদণ্ড দিয়াসকলক বধ কৰে
উদাহরণ : ঘাতকে মৃত্যুদণ্ড শাস্তি পোৱা সকলক ফাঁচিত ওলমাই দিলে
অর্থ : হিংসা কৰা বা মাৰি পেলাব পৰা প্রাণী
উদাহরণ : জংঘলত প্রৱেশ কৰাৰ আগতে হিংস্র জন্তুৰ পৰা বাছিবৰ উপায়ো ভাবি লোৱা উচিত
সমার্থক : হিংসুক, হিংস্র
অর্থ : যি কাৰোবাক হত্যা কৰিছে
উদাহরণ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
সমার্থক : অপঘাতক, অপঘাতী, আততায়ী, খুনী, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
অর্থ : যাৰ দ্বাৰা কিহবাৰ প্রভাৱ নষ্ট বা দূৰ হয়
উদাহরণ : এই বিহখিনি মাৰক ঔষধ
সমার্থক : মাৰক
ইনস্টল