সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
উদাহরণ : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
সমার্থক : পীড়িত, ব্যথিত
অর্থ : আক্রান্ত হোৱা
উদাহরণ : ৰোগ গ্রস্ত হোৱা স্বত্বেও তেওঁ চিকিৎসা কৰোৱা নাই
অর্থ : যাক বা যিহক গ্রাস কৰা হৈছে
উদাহরণ : ৰাহু আৰু কেতুৰ দ্বাৰা গ্রস্ত জোনটোক দেখা নাই
ইনস্টল