সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
উদাহরণ : কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
সমার্থক : এৰোৱা
অর্থ : গুচোৱা কার্য
উদাহরণ : কুঁহিয়াৰ গুচোৱা হʼল
অর্থ : আনৰ দ্বাৰা গুচা
উদাহরণ : কৃষকে খেতিপথাৰত কুঁহিয়াৰ গুচোৱাই আছে
অর্থ : দাগ, চেকা আদি চাফা কৰা
উদাহরণ : মায়ে কাপোৰত লগা দাগ এৰুৱাই আছে
সমার্থক : এৰুৱা
ইনস্টল