সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গিলা কার্য
উদাহরণ : সাপটোৱে এটা ভেকুলী গিলাৰ পিছত দ্বিতীয় ভেকুলীৰ ফালে বেগাই গʼল
অর্থ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য
উদাহরণ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে
সমার্থক : আহাৰ কৰা, খোৱা, ভক্ষণ কৰা, ভোজন কৰা
অর্থ : মদ সেৱন কৰা
উদাহরণ : উৎসৱৰ দিনাখনো তেওঁ ্খায়
সমার্থক : খোৱা, পান কৰা
অর্থ : খাদ্যনলীৰে কোনো বস্তু ডিঙিৰ তল অংশলৈ লৈ যোৱা
উদাহরণ : সাপে ভেকুলীটো গিলি থʼলে
সমার্থক : গিলি থোৱা
ইনস্টল