সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দিন আৰু ৰাতিৰ সন্ধিক্ষণ, যি সময়ত গৰু-গাই চৰি ঘূৰি আহোঁতে পথত ধূলি উৰে
উদাহরণ : তেওঁ গধূলিতে ঘৰৰ পৰা ওলাল
সমার্থক : গধূলা, গধূলি-বেলিকা, গধূলিবেলা, দিনান্ত, মগৰীব, সন্ধিয়া, সন্ধ্যা, সন্ধ্যাবেলা, সাঁজ, সায়াহ্ন
অর্থ : দিনৰ শেষ হোৱা আৰু ৰাতিৰ আৰম্ভ হোৱা সময়ছোৱা
উদাহরণ : সন্ধিয়া হোৱাৰ লগে-লগে তেওঁ ঘৰৰ ্ পৰা ওলাল
সমার্থক : সন্ধিয়া, সন্ধ্যা
ইনস্টল