সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সজা বা সজোৱা ভাব
উদাহরণ : তেওঁৰ শৰীৰৰ গঠন আটিল
সমার্থক : গাঁথনি
অর্থ : অনেক অৱয়বযুক্ত ৰচনা
উদাহরণ : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
সমার্থক : ৰচনা
অর্থ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
উদাহরণ :
সমার্থক : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
অর্থ : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
উদাহরণ : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
সমার্থক : প্রতিষ্ঠা, স্থাপনা
অর্থ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
উদাহরণ : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
সমার্থক : বেহু
ইনস্টল