সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধাতু, কাঠ, শিল আদিৰ ওপৰত কাটি উলিওৱা ভাস্কর্য
উদাহরণ : এই চকীখনৰ খোদাইৰ কাম বহুত ভাল হৈছে
সমার্থক : খোদন
অর্থ : ধাতু, পাথৰ, কাঠ আদিৰ ওপৰত খোদাই কৰি ভাস্কর্য ্তৈয়াৰ কৰা কলা
উদাহরণ : বাঢ়ৈয়ে নিজৰ লʼৰাজনক খোদাই কাম শিকাই আছে
ইনস্টল