সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একপ্রকাৰৰ খোৱা ফল
উদাহরণ : তেওঁ খেজুৰ খাই আছে
সমার্থক : খাজুৰ
অর্থ : তাল গছৰ দৰে এবিধ গছ, যাৰ ফল খোৱা হয়
উদাহরণ : খেজুৰ গছ ওখ আৰু ডালবিহীন
সমার্থক : খাজুৰ, খাজুৰ গছ, খাজুৰি, খাজুৰি গছ, খেজুৰ গছ, খেজুৰি, খেজুৰি গছ
অর্থ : খেজুৰ গছৰ বীজ যাক ফল-মূল হিচাপে ধৰা হয়
উদাহরণ : কান্দি থকা শিশুটোক খুৰাই খেজুৰ খাবলৈ দিলে
ইনস্টল