সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
উদাহরণ :
সমার্থক : কংকণ, কঙ্কণ
অর্থ : গোলাকাৰ বস্তু
উদাহরণ : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
সমার্থক : বলয়, বৃত্ত
অর্থ : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
উদাহরণ : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
সমার্থক : খাৰুৱা
অর্থ : শিকলিৰ ৰচীৰ এক অংশ
উদাহরণ : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
সমার্থক : আঙুঠি
ইনস্টল