সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰো সৈতে নথকা
উদাহরণ : তেওঁ ঘৰত অকলে আছে
সমার্থক : অকলে, একাকী
অর্থ : ভিতৰত একো নথকা বা যি অপূর্ণ
উদাহরণ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
সমার্থক : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত
অর্থ : যি কোনো কামত ব্যস্ত নহয়
উদাহরণ : মই এই সময়ত খালী আছোঁ
সমার্থক : কামহীন, ্কর্মহীন
অর্থ : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই
উদাহরণ : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে
ইনস্টল