সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
উদাহরণ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
সমার্থক : জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
অর্থ : দীঘল আৰু গভীৰ ্গাঁত
উদাহরণ : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল
সমার্থক : খাদ, খাৱৈ
অর্থ : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ
উদাহরণ : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে
সমার্থক : গাঁত
ইনস্টল