সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দুষ্ট বা মিছলীয়া ব্যক্তি
উদাহরণ : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা
সমার্থক : দুর্জন, দুৰাচাৰী, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি
অর্থ : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে
উদাহরণ : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়
সমার্থক : কু-কর্মক্াৰী, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, দুৰাচাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী
অর্থ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
উদাহরণ :
সমার্থক : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অধম, অনুচিত, অপকৃষ্ট, অসৎ, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ইনস্টল