সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
উদাহরণ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
সমার্থক : চিঠি, চিঠি-পত্র, পত্র, পত্রিকা
অর্থ : কাণৰ কাষলৈকে পৰা মূৰৰ চুলি
উদাহরণ : নাপিতে তোমাৰ খতটো ভালদৰে নাকাটিলে
সমার্থক : জুলফি
ইনস্টল