সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ
উদাহরণ : তাৰ হাতত বৰ জোৰ আছে
সমার্থক : পাণি, ভূজ, হস্ত, হাত
অর্থ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
উদাহরণ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
সমার্থক : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
অর্থ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ
উদাহরণ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল
সমার্থক : হস্ত, হাত
অর্থ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল
উদাহরণ :
সমার্থক : পাণি, হস্ত, হাত
অর্থ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
উদাহরণ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
সমার্থক : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
অর্থ : মণিবন্ধৰ আগৰ অংশ
উদাহরণ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল
সমার্থক : হাত
ইনস্টল