সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ ক্ষমতা বা শক্তি নাই
উদাহরণ : বয়স হোৱাৰ লগে-লগে মানুহ শক্তিহীন হৈ পৰে যুঁজি-যুঁজি ্তেওঁ অক্ষম হৈ পৰিল
সমার্থক : অক্ষম, অথাৱৰ, অথৰ, অশক্ত, ক্ষীণ শক্তি, ক্ষীণবল, বলহীন, শক্তিহীন, হতবল, হীনবল, ্অপার্থক, ্অসমর্থ
অর্থ : যাৰ ক্ষমতা নাথাকে
উদাহরণ : ডাঙৰতকৈও ডাঙৰ পদাধিকাৰী অৱসৰৰ পিছত ক্ষমতাহীন হৈ পৰে
সমার্থক : প্রতাপহীন, প্রভাৱহীন
ইনস্টল