সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
উদাহরণ : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
সমার্থক : পদ্ধতি, প্রক্রিয়া, প্রণালী
অর্থ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
উদাহরণ : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
সমার্থক : ক্রিয়াপদ
অর্থ : কোনো কাম হোৱা বা কৰাৰ ভাব
উদাহরণ : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
সমার্থক : কার্য
ইনস্টল