সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
উদাহরণ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
সমার্থক : বেগ, সোঁত
অর্থ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
উদাহরণ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
সমার্থক : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
অর্থ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
উদাহরণ : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
সমার্থক : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
ইনস্টল