সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো দেশ বা ৰাজ্যৰ প্রধান নগৰ, যʼৰ পৰা তাৰ শাসনকার্য পৰিচালিত হয়
উদাহরণ : উত্তৰ প্রদেশৰ ৰাজধানী লক্ষ্ণৌ
সমার্থক : ৰাজধানী
অর্থ : কাৰোবাৰ হাতত মজুত থকা ধনৰাশি, যি ধন লাভালাভৰ কাৰণে বেপাৰ-বাণিজ্য আদিত খটোৱা হয়
উদাহরণ : এহেজাৰ টকা মূলধনেৰে আমি লাখ টকা উপার্জন কৰিব পাৰো
সমার্থক : আচল ধন, পুঁজি, মূলধন
ইনস্টল