সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাজল বা কুলিৰ নিচিনা এক ৰং
উদাহরণ : এই চিত্রখনৰ ওপৰৰ অংশত কʼলা ৰং দিয়া
সমার্থক : কʼলা, কʼলা ৰং
অর্থ : কাজল বা কুলি চৰাইৰ দৰে ৰং
উদাহরণ : ইমানখিনি শুনিয়েই সোহনৰ মুখ কʼলা পৰি গʼল
সমার্থক : এঙাৰ বৰণীয়া, কʼলা, কʼলা বৰণীয়া, কʼলা ৰং, কʼলী, কৃষ্ণ, শ্যাম, শ্যামবর্ণ, ্এঙাৰ বৰণীয়া
ইনস্টল