সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ দয়া আছে
উদাহরণ : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
সমার্থক : কাৰুণিক, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
অর্থ : যিজন বৰ দয়ালু হয়
উদাহরণ : দয়াৰাম মহাজন দয়াৰ সাগৰ, তেওঁ দুখীয়াৰ সেৱাত সকলো অর্পন কৰিলে
সমার্থক : কৰুণা সাগৰ, দয়াৰ সাগৰ
ইনস্টল