সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে মাটিৰ বাচন-বর্তন ্ তৈয়াৰ কৰে
উদাহরণ : মাটিক বিভিন্ন আকাৰ দিয়াত কুমাৰসকল সিদ্ধহস্ত
সমার্থক : কুম্ভকাৰ, কুলাল, হীৰা
অর্থ : মতা সন্তান:কৃষ্ণ বাসুদেৱৰ লʼৰা আছিল
উদাহরণ :
সমার্থক : আপা, কিশোৰ, কোঁৱৰ, চোকোৰা, তনয়, দায়াদ, নন্দন, পুতাই, পুত্র, পো, বাচ্চা, বালক, লʼৰা
অর্থ : যাৰ বিবাহ হোৱা নাই
উদাহরণ : অবিবাহিত পুৰুষহে এই পদটোৰ প্রার্থী হʼব পাৰিব
সমার্থক : অবিবাহিত
ইনস্টল