সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
উদাহরণ :
সমার্থক : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
অর্থ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
উদাহরণ : এই কাঁহীখনৰ কাণটো বৰ পাতল
সমার্থক : কাণ, কাষ, প্রান্তৰ, মূৰ
অর্থ : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
উদাহরণ : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
সমার্থক : কাষ, দাঁতি, পাৰ
ইনস্টল