সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
উদাহরণ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
সমার্থক : অর্থ, কাৰণ, নিমিত্ত, মূল, হেতু
অর্থ : ব্যাকৰণত সংজ্ঞা বা স্্র্ব্্নামৰ যি অৱস্থাৰ দ্বাৰা কোনো বাক্যত তাৰ ক্রিয়াৰ লগত সম্বন্ধ নির্ণয় কৰে
উদাহরণ : হিন্দীত আঠ প্রকাৰৰ কাৰক আছে
অর্থ : যিটো কৰিবলগীয়া
উদাহরণ : ভগৱানেই সকলো কামৰ কর্তা, আমি মাথোঁ নিমিত্ত
সমার্থক : কর্তা, কৰোঁতা, সংঘটক
অর্থ : কোনো কাম কৰোতা
উদাহরণ : আপোনাৰ হিতৰ কাৰক গ্রহ মংগল
ইনস্টল